তিৰ্পালতিৰ্য্যক
তিৰ্যক দৃষ্টি (Assamese) [ Roman: tir.jok dirs.ti]
Contributed by: Anjali Sonowal on 2010-02-26
English: side-glance, side-look,
Assamese: অপাঙ্গ, অৰ্দ্ধবীক্ষণ, অৰ্ধবীক্ষণ, কটাক্ষ, কটাক্ষপাত, কটাহি, চকুৰ ঠাৰ, তিৰ্যক দৃষ্টি, বক্ৰদৃষ্টি, বেঁকা চাৱনি
তিৰ্যক দৃষ্টি (Assamese) [ Roman: tir.jok dirs.ti]
Contributed by: Anjali Sonowal on 2010-02-26
1. (Verbal Noun) A glance directed to the side; an oblique or sideways look পোনে পোনে নেচাই বেঁকাকৈ চকুৰ কোণৰ ফালে চোৱা দৃষ্টি |